Category: other

1901 ৰ পৰা 2012 লৈ হোৱা ঘটনাৰাজি – Part 1

1901 – এচিয়াৰ প্ৰথমটো তেল শুধনাগাৰ প্ৰতিষ্ঠা কৰা হয় দিগবৈত । প্ৰথমখন চৰকাৰী মহাবিদ্যালয় ‘কটন মহাবিদ্যালয়’ প্ৰতিষ্ঠা কৰা হয় । 1902 – বিশ্ববিদ্যালয় শিক্ষা আয়োগ প্ৰতিষ্ঠা কৰে লৰ্ড কাৰ্জনে …